গ্ৰন্থ সমালোচনা আৰু লেখা দুয়োবিধতে পৰিপক্কতাৰ পৰিচয় লৈ 'পৰিচয়' নামৰ কবিতা
পুথিখন প্ৰাণ পাই উঠে দুখন প্ৰবন্ধ সংকলন, তিনিখন উপন্যাস আৰু অন্য দুখন কবিতা পুথি
প্ৰকাশ পোৱা ইনু শৰ্মাৰ কবিতাত জীৱনৰ সুখ-দুখ, হৰ্ষ-বিষাদ, সমস্যা আদিয়ে আগ ভাগ
পাই আহিছে কবিতাই নিজস্ব গতিৰে আগুৱাই গৈ কবিৰ কষ্ট সাৰ্থক ৰূপত উপবিষ্ট হ'ব
তেতিয়াই, যেতিয়া পঢ়ুৱৈয়ে গ্ৰন্থখন আদৰি ল'ব কবিতাবোৰ সহজ সৰল ভাবে লিখা হৈছে
মন মগজু জোকাৰি কবিতাবোৰে নিজস্ব গতিৰে ধাবমান হৈছে, নতুনত্ব ভাবেৰে 'পৰিচয়'
নামেৰে গতি লৈছে